গোলাঘাট জাতীয় বিদ্যালয়ত একাদশ শ্ৰেণীৰ নৱাগত আদৰণি সভা, দশম আৰু দ্বাদশ শ্ৰেণীৰ অভিনন্দন অনুষ্ঠান
May 2nd, 2026
10:00 am - 12:00 pm
Auditorium

গোলাঘাট জাতীয় বিদ্যালয়ত একাদশ শ্ৰেণীৰ নৱাগত আদৰণি সভা, দশম আৰু দ্বাদশ শ্ৰেণীৰ অভিনন্দন অনুষ্ঠান তথা বিদ্যালয়ৰ শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠিত কৰা হয়।
স্থান : যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ, গোলাঘাট জাতীয় বিদ্যালয়।