বিশ্ব পৰিবেশ দিৱস উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ উচ্চ শাখাৰ হাউচ সমূহৰ মাজত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
Feb 5th, 2026
10:00 am - 02:00 pm
Own Auditorium

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ উচ্চ শাখাৰ হাউচ সমূহৰ মাজত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ বিষয় আছিল 'প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে অসমৰ জৈৱবৈচিত্ৰতাত বেয়া প্ৰভাৱ পেলাইছে'।ছাত্ৰ ছাত্ৰী সকলে উক্ত বিষয়ত সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।
স্থান : যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ, গোলাঘাট জাতীয় বিদ্যালয়।
তাৰিখ : ০৫/০৬/২০২৬