Hamdoipathar,Golaghat,Assam-785621
[email protected]
Jul 22nd, 2026 |
Need Help? call us free
9435444086
Register Now
Student Login
Home
About us
News & Updates
গোলাঘাট জাতীয় বিদ্যালয়ে আজি অনুষ্ঠিত কৰা হয়' প্ৰজ্ঞা স্মৰণ ' শীৰ্ষক এক অনুষ্ঠান। বিদ্যালয়খনৰ প্ৰয়াত প্ৰতিষ্ঠাপকসকলৰ স্মৃতিচাৰণৰ অৰ্থে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হয় এই ' প্ৰজ্ঞা স্মৰণ ' কাৰ্যসূচী।
******New Admission for Class IX for the session 2026-2027 is going on ******
Important Notification
গোলাঘাট জাতীয় বিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৫ জানুৱাৰী ২০২৬ তাৰিখে। এই উপলক্ষে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱা দেৱে।
আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় গণিত দিৱস। ভাৰতৰ সুসন্তান তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ জন্ম দিৱসটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয়।
আজি জুবিন বিহীন প্ৰথমটো ওপজা দিন ৷ ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটৰ জাতীয় বিদ্যালয়তটো দীন জোৰা কাৰ্যসূচীৰে গোলাঘাট শাখা সাহিত্য সভা আৰু গোলাঘাট এমেচা থিয়েটাৰ ছ'ছাইটিৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে
পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন উপলক্ষে 'শিশু দিৱস' গোলাঘাট জাতীয় বিদ্যালয়ত প্ৰতি বছৰৰ দৰে এইবাৰো ১৪ নৱেম্বৰ দিনটো এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।
গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাংগনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়।
শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তথা প্ৰত্যেক গৰাকী ছাত্ৰ - ছাত্ৰীৰ সহযোগত আয়োজন কৰা শিক্ষক দিৱসৰ অনুষ্ঠান
শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ তিথিৰ লগত সংগতি ৰাখি গোলাঘাট জাতীয় বিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিত।
Events
Teachers & staff
Teaching staff
Non Teaching staff
Facilities
Gallery
Alumni
Contact us
Events
Home
Events
Recent event
Feb 5th, 2026 | 10:00 am -02:00 pm | Location:Own Auditorium
বিশ্ব পৰিবেশ দিৱস উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ উচ্চ শাখাৰ হাউচ সমূহৰ মাজত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
Apr 23rd, 2025
10:00 am - 01:00 pm
গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বিশেষ অনুষ্ঠান:
Own Auditorium
Apr 23rd, 2025
11:00 am - 01:00 pm
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান
Own Auditorium
Feb 3rd, 2025
09:00 am - 01:00 pm
গোলাঘাট জাতীয় বিদ্যালয়ত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা উদযাপন।
Golaghat Jatiya Vidyalaya
Jan 26th, 2025
08:30 am - 11:00 am
Republic day celebration at Golaghat Jatiya Vidyalaya
Golaghat Jatiya Vidyalaya
Jan 4th, 2025
10:30 am - 12:00 pm
ৰূপালী জয়ন্তী উদযাপনৰ দ্বিতীয় দিনা অৰ্থাৎ ৪ জানুৱাৰীত গোলাঘাট নগৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে গোলাঘাটৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
Auditorium
‹
1
2
3
4
5
6
›